ASSAMESE SYNONYMS THINGS TO KNOW BEFORE YOU BUY

Assamese synonyms Things To Know Before You Buy

Assamese synonyms Things To Know Before You Buy

Blog Article

অকৃতকৃত্যতা, অকৃতকৰ্মতা, অকৃতাৰ্থতা, অচৰিতাৰ্থতা, অসফলতা, অসাফল্য, অসিদ্ধি, নিষ্ফলতা, বিফলতা, ব্যৰ্থতা৷

অনন্তৰজ, অনুজ, অনুজন্মা, অনুজাত, উপজ, ভাই, সৰু ভাই৷

অনিদ্রা, উজাগৰ, তন্দ্ৰাহীনতা, নিদ্ৰাহীনতা, বিনিদ্ৰা, সজাগতা৷

মৰম, ভালপোৱা, মমতা, চেনেহ, প্ৰণয়, ব্যথা, প্ৰীতি

স্বৰ্ণ, সুবৰ্ণ, অগ্নিবীজ, কনক, হিৰণ্য, কাঞ্চন, হেম্, মহাধাতু

সেৱা, পূজা, পূজন, পূজা-অৰ্চনা, অৰ্ঘ, আৰাধনা, ভকতি, হৰিনাম, স্তুতি

অধিপ, অধিপতি, অধিৰাজ, অধি‍ভূ, অধীশ, অধীশ্বৰ, অৱনীপতি, অৱনীশ, একজন্মা, ঐষ্ণীক, ক্ষিতিনাথ, ক্ষিতিপতি, ক্ষিতিপাল, ক্ষিতীশ, ক্ষৌণীশ, চক্ৰপাল, ছত্ৰপতি, জাহাঁপনা, দণ্ডধৰ, দেশপতি, দেশাধিপতি, নিজাম, নৃপ, নৃপতি, নৃপবৰ, নৃপমণি, নৃপাল, নৰদেৱ, নৰপতি, নৰপাল, নৰাধিপ, নৰেন্দ্ৰ, নৰেশ, পাতচা, পেছোৱা, প্রজেশ, প্ৰজানাথ, প্ৰজাপালক, প্ৰজেশ্বৰ, বাদশ্বাহ, ভূপ, ভূপতি, ভূমিপ, ভূমীন্দ্ৰ, মহাৰাজ, মহাৰাণা, মহীশ, মানৱেন্দ্ৰ, মুকুটধাৰী, লোকপাল, লোকপালক, শ্বাহ, সামন্তেশ্বৰ, স্বৰ্গদেউ, ৰজা, ৰাজ, ৰাজচক্ৰৱৰ্তী, ৰাজন, ৰাজশেখৰ, ৰাজাধিৰাজ,সম্ৰাট, ৰাজেন্দ্ৰ, ৰাজ্যেশ্বৰ, ৰাজৰাজেশ্বৰ, ৰাণা৷

অনিষ্ট, অন্যায়, অপকাৰ, অভিচাৰ, অহিত, ক্ষতি৷

কাঠচিত, কাঠচিতীয়া, কৰ্কশ, দয়াহীন, নিকৰুণ, নিঠুৰ, নিষ্ঠুৰ, নিৰ্দয়, নিৰ্মম, নৃশংস, পাষাণহৃদয়৷ মমতাহীন, মায়াহীন, হৃদয়হীন৷

গৃহ, ভৱন, নিলয়, নিবাস, বাসভৱন, আৱাস, আলয়, ঘৰ-দুৱাৰ

নদী–নৈ, তটিনী, স্ৰোতস্বিনী, তৰঙ্গিনী, প্ৰৱাহিনী, সৰিৎ আদি। পবৰ্বত– শৈল, অচল, গিৰি, অদ্ৰি আদি। চন্দ্ৰ–শশধৰ, নিশাকৰ, সুধাকৰ, জোন, জোনবাই, নিশাপতি, শশী, শুধাংসু আদি।

অতুলনীয়া, here অদ্বিতীয়া, অনুপমা, নিৰুপমা৷

অংগক, অপঘন, ইন্দ্ৰিয়ায়তন, কন্ধ, গা, গাত্ৰ, তনু, তনুৰুচি, দেহপিঞ্জৰ, দেহ, দেহভৃৎ, বপু, বিপোষ, ভোগায়তন, শৰীল, শৰীৰ৷

অংশুজাল, অংশুমালা, আভা, আলোকছটা, আলোকধাৰা, আলোকৰশ্মি, কিৰণমালা৷

Report this page